Number System - সংখ্যা প্ৰণালী
Class IX - Solution in Assamese with video Explanation
SEBA syllabus ৰ লগত মিলাই - In Accordance with SEBA sullabus
ইয়াত Class IX প্ৰথম Chapter - Number System (সংখ্যা প্ৰণালী) টোৰ উদাহাৰণৰ সৈতে ব্যাখ্যা কৰা হৈছে। তলত দিয়া টোত গৈ তোমালোকে বুজিবলে পাৰিবা। NCERT - Books solution of Class IX of SEBA is given in this post with complete video explanation.⇨স্বাভাৱিক সংখ্যা (Natural Number)- 1, 2, 3, 4, 5................
⇨পূৰ্ণ সংখ্যা (Whole Number)- 0, 1, 2, 3, 4..............
⇨অখণ্ড সংখ্যা (Integer) - -1, -2, -3,..... 0, 1, 2....
⇨পৰিমেয় সংখ্যা (Rational Number)- এটা সংখ্যা 'r' ক পৰিমেয় সংখ্যা বুলি কোৱা হয় যদিহে ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত p,q অখণ্ড সংখ্যা আৰু q ≠ 0 ।
⇨অপৰিমেয় সংখ্যা (Irrational Number) - এটা সংখ্যা 'r' ক অপৰিমেয় সংখ্যা বুলি কোৱা হয় যদিহে ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি য'ত p,q অখণ্ড সংখ্যা আৰু q ≠ 0 ।
⇨Video Explanation:
- পূৰ্ণ সংখ্যা: 0 আৰু সকলো স্বাভাৱিক সংখ্যা
- অখণ্ড সংখ্যা: স্বাভাৱিক + পূৰ্ণ আৰু সকলো -ve সংখ্যা
- পৰিমেয় সংখ্যা: স্বাভাৱিক + পূৰ্ণ + অখণ্ড আৰু ভগ্নাশন
0 Comments