How to express a non-terminating repeating in p/q form - অবিৰত পুনৰাবৰ্ত্তি সংখ্যা দশমিক বিস্তৃতি পৰিঘটনা

অবিৰত পুনৰাবৰ্ত্তি সংখ্যা দশমিক বিস্তৃতি পৰিঘটনা - Express in the form of p/q of rational number
Class IX - Chapter 1 - In Assamese with video Explanation

In this blog I am trying to explain how to express non-terminating repeating decimal number to p/q form in Assamese with a very clear and understandable manner.
এইটো  post ট অবিৰত পুনৰাবৰ্ত্তি সংখ্যা দশমিক বিস্তৃতি পৰিঘটনা সংখ্যাক কেনেকৈ p/q আৰ্হিত প্ৰকাশ কৰা হয় তাকে শিকোৱা হৈছে।

তলত দিয়া টোত গৈ টো চাই লব।
উদাহৰণ: 1

সমাধান: ধৰা হওক  x =    = 0.3333....
যিহেতো ইয়াত অকল এটা সংখ্যা পুনৰাবৰ্ত্তি হৈছে গতিকে ইয়াক 10 ৰে পূৰণ কৰিম।
⇒ 10x = 10 x 0.3333...
⇒ 10x = 3.3333....
⇒ 10x = 3 + 0.333..   
⇒ 10x = 3 + x      (যিহেতো x = 0.333..)
⇒ 10x - x = 3
⇒ 9x = 3
⇒ x = 3/9 = 1/3
অৰ্থাৎ ⇒ x = 1/3

উদাহৰণ: 2

সমাধান: ধৰা হওক  x =    = 1.272727....
যিহেতো ইয়াত অকল দুটা সংখ্যা পুনৰাবৰ্ত্তি হৈছে গতিকে ইয়াক 100 ৰে পূৰণ কৰিম।
⇒ 100x = 100 x 1.272727....
⇒ 100x = 127.272727....
⇒ 100x = 126 + 1.272727...
⇒ 100x = 126 + x    (যিহেতো x = 1.2727..)
⇒ 100x - x = 126
⇒ 99x = 126
⇒ x = 126/99 = 14/11

  • যিমান টা সংখ্যা পুনৰাবৰ্ত্তি হয় তাৰ ক্ৰমেহে সংখ্যা বিলাক পূৰণ কৰিবা। যেনে: উদাহৰণ ১ত এটা সংখ্যা পূনৰাবৰ্ত্তি হৈছে কাৰণে আমি অকল ১০ ৰে পূৰণ কৰিছো। ঠিক তেনেদৰে -
 ⇒ 0.32525... ক ১০০ ৰে পূৰণ কৰিম
 ⇒ 0.001001001... ক ১০০০ ৰে পূৰণ কৰিম
⇒ 1.24444... ক ১০ ৰে পুৰণ কৰিম

Post a Comment

0 Comments